সমূহীয়াসমূহীয়া শয়নকক্ষ

সমূহীয়া কেন্দ্ৰ (Assamese) [ Roman: xo.mu.hi.ya ken.dro]
Contributed by: Partha P Sarmah on 2011-08-05
1. (Common Noun-Neuter) a place where people from the same area/locality meet for socio-cultural, educational or sports activities. খেল, সামাজিক, সাংস্কৃতিক কাম কাজ আদিৰ বাবে কোনো অঞ্চলৰ বাসিন্দা সকল একেলগ হৈ মিলিব আৰু কাম কৰিব পৰা ৰাজহুৱা স্থান৷